top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

এখনি আকাশ

  • Writer: শতৰিঞ্চি আচাৰ্য্য,একাদশ শ্ৰেণী, শ্ৰীমন্ত শংকৰ একাডেমী, গুৱাহাটী
    শতৰিঞ্চি আচাৰ্য্য,একাদশ শ্ৰেণী, শ্ৰীমন্ত শংকৰ একাডেমী, গুৱাহাটী
  • Jul 5, 2024
  • 1 min read

Updated: Sep 22, 2024

শতৰিঞ্চি আচাৰ্য্য, একাদশ শ্ৰেণী, 

শ্ৰীমন্ত শংকৰ একাডেমী, গুৱাহাটী

শেষ হয় যেতিয়া

অন্ধকাৰময় নিশা,

পুৱাৰ বেলিটিয়ে দিলে দেখা;

 

নিশা হ'লেই

বেলিটি গুচি গ'লেও,

দূৰৈৰ আঁৰত লুকাই

জোনটিক কিন্তু জিলিকায়।

 

জোনাক নিশাৰ আকাশ থাকোঁ চাই,

তিৰবিৰ জোন তৰাই থাকে জিলিকায়;

 

ককাই কৈছিল এদিন,

আকাশ চাবলৈ ল'লে,

মনটি যে আৱৰে বিশালতাই।

বিশাল মনেৰে কৰিব পাৰি

পৃথিৱীত মহান কাম,

মহান কামে ব্যক্তিক

সূৰ্যৰ দৰে জিলিকায়।

 

সেইবাবেই বিষ্ণু, জ্যোতি

আমাৰ সমাজত সদা জিলিকি ৰয়....

*********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page