top of page
Search


সম্পাদকীয় - প্ৰথম বছৰ, তৃতীয় সংখ্যা
সকলোলৈকে সাদৰ সম্ভাষণ 🙏🙏 সৰ্বপ্ৰথমেই আপোনালোকলৈ অনুৰোধ, ‘সূৰুযমুখী’ নামৰ বিনামূলীয়া এই ই-আলোচনীখন আপোনালোকে যেন যিমান পাৰে সিমানে আমাৰ...
পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jan 95 min read
163 views
0 comments


শ্ৰদ্ধেয় যুগললোচন দাসদেৱৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ
শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক শ্ৰদ্ধেয় শ্ৰীযুত যুগললোচন দাসদেৱ (মাননীয় শ্ৰীযুত যুগললোচন দাসদেৱৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে 'সূৰুযমুখী'...
যুগললোচন দাস, গুৱাহাটী
Jan 97 min read
83 views
1 comment


মই চাবলৈ নিবিচাৰোঁ
অংকন : তৃষা দাস, অষ্টম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী মই চাবলৈ নিবিচাৰোঁ হ'বলৈ ধৰা তোমাৰ আজিৰ কৰুণ ৰূপ.......
তৃষা দাস, অষ্টম শ্ৰেণী প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী
Jan 91 min read
72 views
0 comments


পখীৰাজৰ সন্ধানত
Oscar: The Bird King ড° তাৰাণা আৰমান, চিয়াটল, আমেৰিকা যুক্তৰাষ্ট্ৰ নর্ডিক লোককাহিনী আৰু পৌৰাণিক বিশ্বাস অনুসৰি ’ট্রোলস’ (Trolls) হৈছে...
ড° তাৰাণা আৰমান, চিয়াটল, আমেৰিকা যুক্তৰাষ্ট্ৰ
Jan 93 min read
74 views
0 comments


প্ৰেমৰ সাগৰ ৰতন টাটা চাৰ
শত কৌটি প্ৰণাম 🙏🙏 ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, মুম্বাই হেল্ল’ অকণিহঁত, কেনে আছা তোমালোক? উৎসৱমুখৰ পৰিবেশ সাম কটাৰ লগেলগে...
ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, কাণ্ডিভেলী,মুম্বাই
Jan 93 min read
32 views
0 comments


আলিদোমোজা
মফিজুদ্দিন চৌধুৰী, চকিটুপ, নগাঁও ‘হ'ব দিয়া দেউতা, নেলাগে আৰু আপুনি দুয়োফালে কথা কবলৈ।‘ ছোৱালীৰ অভিযোগ। মনটো অকণমান মৰা মৰা। ……কথাষাৰ...
মফিজুদ্দিন চৌধুৰী, চকিটুপ, ছোটহয়বৰ, নগাঁও
Jan 91 min read
50 views
1 comment


সেউজ পাহাৰ, নীলা আকাশ আৰু পানী
অংকন: প্ৰীতিশ প্ৰিয়ম বৰা, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট সেউজ পাহাৰ, নীলা আকাশ আৰু পানী..... কেনে মনোমোহা ধৰিত্ৰী...
প্ৰীতিশ প্ৰিয়ম বৰা, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
Jan 91 min read
9 views
0 comments


গোলকীয় উষ্ণতা: কাৰণ, পৰিণাম আৰু উষ্ণতা হ্ৰাসৰ চিন্তন
মন্দিতা শৰ্মা, গুৱাহাটী গোলকীয় উষ্ণতা (Global Warming ) হৈছে ২১শ শতিকাৰ বিশ্বজনীন পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ সমস্যা। গোলকীয় উষ্ণতাৰ পৰিণাম...
মন্দিতা শৰ্মা, খ্ৰীষ্টানবস্তি, গুৱাহাটী
Jan 94 min read
14 views
0 comments


সেউজী ধৰণী
অংকন : তাভিচা বৰুৱা, আৰ্মি পাব্লিক স্কুল, যোৰহাট 'শুৱনি আমাৰ গাঁওখন অতি, শুৱনি গছেৰে ভৰা; ডাল ভৰি ভৰি ফল ফুল লাগে, কত পাওঁ তল সৰা।'...
তাভিচা বৰুৱা, আৰ্মি পাব্লিক স্কুল, যোৰহাট
Jan 91 min read
18 views
1 comment


জলবায়ু পৰিৱৰ্তন আৰু গোলকীয়া উষ্ণতা
মেঘমল্লাৰ বৰা, দশম শ্রেণী বলসিং মেম 'ৰিয়েল স্কুল "Climate change is the defining issue of our time and we need to do everything...
মেঘমল্লাৰ বৰা, দশম শ্রেণী ব'লসিং মেম'ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
Jan 92 min read
16 views
2 comments


প্ৰদূষণ আৰু গোলকীয় উষ্ণতা
চানিয়া স্নিগ্ধা মুকতাৰ,ষষ্ঠ শ্ৰেণী, বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়, যোৰহাট মা: মাজনী উঠা, অনলাইন ক্লাছৰ সময় হ'ল। প্ৰিঞ্চী: কি অনলাইন...
চানিয়া স্নিগ্ধা মুকতাৰ,ষষ্ঠ শ্ৰেণী, বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়, যোৰহাট
Jan 94 min read
10 views
0 comments


প্ৰকৃতিৰ ভ্ৰমণ
তৃষা দাস, অষ্টম শ্ৰেণী প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী প্ৰকৃতি দেৱীয়ে অকলে এদিন অৰণ্যই অৰণ্যই ঘূৰি দেখিলে নিজেই বনৰ...
তৃষা দাস, অষ্টম শ্ৰেণী প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী
Jan 91 min read
11 views
0 comments


আমিয়ো জীয়াই থাকিব বিচাৰোঁ.....
অংকন: স্নিগ্ধা পাল, ষষ্ঠ শ্ৰেণী, ব'লসিং মেম'ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট প্ৰদূষিত বায়ু আৰু কুঠাৰৰ নিষ্ঠুৰ আঘাতে, ধৰাৰ পৰা সৰি নিলে...
স্নিগ্ধা পাল, ষষ্ঠ শ্ৰেণী, ব'লসিং মেম'ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
Jan 91 min read
2 views
0 comments


উত্তপ্ত পৃথিৱী
অংকন: ফাৰহান কোৰেছি, তৃতীয় শ্ৰেণী, ব'লসিং মেম'ৰিয়েল স্কুল, গোলাঘাট হে মানৱ সমাজ, আমাক এখন সুন্দৰ, সেউজীয়া ধৰিত্ৰী দিয়া য'ত আমি উশাহ...
ফাৰহান কোৰেছি, তৃতীয় শ্ৰেণী, ব'লসিং মেম'ৰিয়েল স্কুল, গোলাঘাট
Jan 91 min read
5 views
0 comments


অসমীয়াৰ যাতনা আজি বুজিব কোনে?
নাং ময়ূৰী বৰগোহাঁই, নৱম শ্ৰেণী জয়মতী উচ্চ মাধ্যমিক বিদ্যালয় মাদুৰি, নাজিৰা, শিৱসাগৰ ...
নাং ময়ুৰী বৰগোহাঁই, নৱম শ্ৰেণী, জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়, মাদুৰি
Jan 92 min read
2 views
0 comments


মানৱ সৃষ্ট বিভীষিকা
গছ-গছনি নাথাকিলে, জীৱয়ো নাথাকিব বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি মানুহৰ পৃথিৱীখন বিষাক্ত হৈ পৰিছে। মনোৰম প্ৰকৃতিৰ বুকু, মানুহৰ বিষাক্ত...
বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি
Jan 91 min read
19 views
1 comment


বগা সাপটো (অনুবাদ গল্প)
সাধুটো 'গ্ৰিমৰ সাধুকথা'ৰ পৰা অনুবাদ কৰা হৈছে পবিত্ৰা বৰঘৰীয়া, মুম্বাই বহু বছৰ আগতে এখন দেশত নিজ গুণ গৰিমাৰে বিদ্বান ৰজা এজন বাস কৰিছিল।...
পবিত্ৰা বৰঘৰীয়া, মুম্বাই
Jan 96 min read
10 views
0 comments


ভয়াবহ গোলকীয় উষ্ণতা
নিৰ্মিতা বৰগোহাঁই, গুৱাহাটী আমি বাস কৰা পৃথিৱীখনৰ উষ্ণতা দিনে দিনে বৃদ্ধি পাই গৈ আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে পৃথিৱীৰ উদ্ভিদ জগত...
নিৰ্মিতা বৰগোহাঁই, গুৱাহাটী
Jan 82 min read
26 views
0 comments


লিমাৰিকৰ বৈশিষ্ট্য
মীনাক্ষি গগৈ কোঁৱৰ, বকুলনী, দুলিয়াজান সাহিত্যৰ বিভিন্ন ৰসৰ মাজত ‘হাস্য’ আৰু ‘ব্যঙ্গ’ ৰস অন্যতম ৰস। এই দুয়োবিধ ৰসে পাঠকক সাহিত্য...
মীনাক্ষি গগৈ কোঁৱৰ বকুলনী, দুলিয়াজান
Jan 83 min read
10 views
0 comments


ভাৰতৰ এগৰাকী ছাত্ৰী আবিস্কাৰক
শ্ৰীমতী আঁচল সিঙ, আবিস্কাৰক ছাত্ৰী সুৰাইয়া জাহান, মুম্বাই ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসী চহৰৰ এগৰাকী ছাত্ৰী শ্ৰীমতী আঁচল সিঙে...
সুৰাইয়া জাহান, মুম্বাই
Jan 82 min read
4 views
0 comments
bottom of page